ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.44.0-wmf.5 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk ৰূপান্তৰৰ ৰেহৰূপ 0 2763 20193 20117 2024-12-03T09:52:07Z কুমুদ ঘোষ 627 20193 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কর্মঠ কৰি তুলিছিল।" ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] gaugyoumuzh1ku8xfa6tck2viip8rwh 20194 20193 2024-12-03T09:52:38Z কুমুদ ঘোষ 627 20194 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কর্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] 9f416rs7ef9l25je1g5bmdm5p88754j 20195 20194 2024-12-03T09:53:13Z কুমুদ ঘোষ 627 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 20195 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] 8u3uz4rksvsozi6jkvg0ouusk3vw0xl 20196 20195 2024-12-03T09:58:01Z কুমুদ ঘোষ 627 20196 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷" ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] 799122dnws4fib441r3i6yxp7k2pbmm 20197 20196 2024-12-03T09:58:30Z কুমুদ ঘোষ 627 20197 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৯}}</ref> ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] htdyp71f3f9dh2n1nyw5fviugs7691t 20198 20197 2024-12-03T10:07:39Z কুমুদ ঘোষ 627 20198 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৯}}</ref> * "মহৎ ব্যক্তিৰ মননৰ ধাৰা চিৰাচৰিত নহয়, " ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] 4hqoznzun6quinabr57pb3ys6k5iep7 20199 20198 2024-12-03T10:08:09Z কুমুদ ঘোষ 627 20199 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৯}}</ref> * "মহৎ ব্যক্তিৰ মননৰ ধাৰা চিৰাচৰিত নহয়, তেওঁৰ মনোজগত বিপুল আৰু বংকিম৷ " ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] nln0r5twmjn4chekomyuxzl2w8qwy86 20200 20199 2024-12-03T10:08:44Z কুমুদ ঘোষ 627 20200 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৯}}</ref> * "মহৎ ব্যক্তিৰ মননৰ ধাৰা চিৰাচৰিত নহয়, তেওঁৰ মনোজগত বিপুল আৰু বংকিম৷ সেয়ে তেওঁৰ জীৱন দর্শনত ধাৰাৰ বৈপৰীত্য কেতিয়াবা আমাৰ চকুত পৰিব পাৰে৷" ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] 3tvv0fxg4hvjl6rermpid4jgdgrg36f 20201 20200 2024-12-03T10:09:16Z কুমুদ ঘোষ 627 20201 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৯}}</ref> * "মহৎ ব্যক্তিৰ মননৰ ধাৰা চিৰাচৰিত নহয়, তেওঁৰ মনোজগত বিপুল আৰু বংকিম৷ সেয়ে তেওঁৰ জীৱন দর্শনত ধাৰাৰ বৈপৰীত্য কেতিয়াবা আমাৰ চকুত পৰিব পাৰে৷ কিন্তু তাক তেওঁৰ মাহাত্ম্যৰ পৰিপন্থী বোলাতকৈ" ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] 19x79fbgovwjzrkgjcumk22frs87unr 20202 20201 2024-12-03T10:09:32Z কুমুদ ঘোষ 627 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 20202 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৯}}</ref> * "মহৎ ব্যক্তিৰ মননৰ ধাৰা চিৰাচৰিত নহয়, তেওঁৰ মনোজগত বিপুল আৰু বংকিম৷ সেয়ে তেওঁৰ জীৱন দৰ্শনত ধাৰাৰ বৈপৰীত্য কেতিয়াবা আমাৰ চকুত পৰিব পাৰে৷ কিন্তু তাক তেওঁৰ মাহাত্ম্যৰ পৰিপন্থী বোলাতকৈ" ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] gxkaqbc93yyy203ewe9o1jy7r9153zt 20203 20202 2024-12-03T10:10:00Z কুমুদ ঘোষ 627 20203 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৯}}</ref> * "মহৎ ব্যক্তিৰ মননৰ ধাৰা চিৰাচৰিত নহয়, তেওঁৰ মনোজগত বিপুল আৰু বংকিম৷ সেয়ে তেওঁৰ জীৱন দৰ্শনত ধাৰাৰ বৈপৰীত্য কেতিয়াবা আমাৰ চকুত পৰিব পাৰে৷ কিন্তু তাক তেওঁৰ মাহাত্ম্যৰ পৰিপন্থী বোলাতকৈ বৰং তাৰ প্ৰকাশ বোলাহে ভাল৷" ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] ey4qhc56a8xuqclowyk1l1xz8v89tcj 20204 20203 2024-12-03T10:10:30Z কুমুদ ঘোষ 627 20204 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="প্ৰবন্ধ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৯}}</ref> * "মহৎ ব্যক্তিৰ মননৰ ধাৰা চিৰাচৰিত নহয়, তেওঁৰ মনোজগত বিপুল আৰু বংকিম৷ সেয়ে তেওঁৰ জীৱন দৰ্শনত ধাৰাৰ বৈপৰীত্য কেতিয়াবা আমাৰ চকুত পৰিব পাৰে৷ কিন্তু তাক তেওঁৰ মাহাত্ম্যৰ পৰিপন্থী বোলাতকৈ বৰং তাৰ প্ৰকাশ বোলাহে ভাল৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৩১}}</ref> ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] nsk5abpx2zbie5ensu92bzw81jnp31v 20205 20204 2024-12-03T10:12:37Z কুমুদ ঘোষ 627 20205 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"<ref name="বৰ্মন"/> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৯}}</ref> * "মহৎ ব্যক্তিৰ মননৰ ধাৰা চিৰাচৰিত নহয়, তেওঁৰ মনোজগত বিপুল আৰু বংকিম৷ সেয়ে তেওঁৰ জীৱন দৰ্শনত ধাৰাৰ বৈপৰীত্য কেতিয়াবা আমাৰ চকুত পৰিব পাৰে৷ কিন্তু তাক তেওঁৰ মাহাত্ম্যৰ পৰিপন্থী বোলাতকৈ বৰং তাৰ প্ৰকাশ বোলাহে ভাল৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৩১}}</ref> ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] 91p4qkm9nwd8k8gzltplooeu31msmz2 20206 20205 2024-12-03T10:15:08Z কুমুদ ঘোষ 627 20206 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।""<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৯}}</ref> * "মহৎ ব্যক্তিৰ মননৰ ধাৰা চিৰাচৰিত নহয়, তেওঁৰ মনোজগত বিপুল আৰু বংকিম৷ সেয়ে তেওঁৰ জীৱন দৰ্শনত ধাৰাৰ বৈপৰীত্য কেতিয়াবা আমাৰ চকুত পৰিব পাৰে৷ কিন্তু তাক তেওঁৰ মাহাত্ম্যৰ পৰিপন্থী বোলাতকৈ বৰং তাৰ প্ৰকাশ বোলাহে ভাল৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৩১}}</ref> ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] qk6lcqtnpmsf47p81tzvayuw7aa4e7t 20207 20206 2024-12-03T10:20:37Z কুমুদ ঘোষ 627 (edited with [[User:ProveIt_GT|ProveIt]]) 20207 wikitext text/x-wiki '''ৰূপান্তৰৰ ৰেহৰূপ''' সাহিত্যিক [[ শিৱনাথ বৰ্মন|শিৱনাথ বৰ্মনে]] লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই [[অসমীয়া]] সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে। ==উদ্ধৃতিসমূহ== * "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১ | author=ড০ শিৱনাথ বর্মন | year=২০১৩ | pages=৯ | isbn=978-93-82726-13-5}}</ref> * "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।""<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৯}}</ref> * "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"<ref name="বৰ্মন"/> * "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"<ref name="বৰ্মন">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী -১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১২}}</ref> * "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"<ref name="কিতাপ">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৬}}</ref> * "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৭}}</ref> * "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৮}}</ref> * "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=১৯}}</ref> * "মহৎ ব্যক্তিৰ মননৰ ধাৰা চিৰাচৰিত নহয়, তেওঁৰ মনোজগত বিপুল আৰু বংকিম৷ সেয়ে তেওঁৰ জীৱন দৰ্শনত ধাৰাৰ বৈপৰীত্য কেতিয়াবা আমাৰ চকুত পৰিব পাৰে৷ কিন্তু তাক তেওঁৰ মাহাত্ম্যৰ পৰিপন্থী বোলাতকৈ বৰং তাৰ প্ৰকাশ বোলাহে ভাল৷"<ref name="ক">{{cite book | title=ৰূপান্তৰৰ ৰেহৰূপ | publisher=আঁক-বাক, গুৱাহাটী-১, অসম | author=শিৱনাথ বৰ্মন | year=২০১৩ | pages=৩১}}</ref> ==উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰবন্ধ সংকলন]] ol6uh1m9z950mcoookl6dz0ebgbb8oe