ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.43.0-wmf.26
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১১৬
104
70388
191578
190631
2024-10-10T12:25:48Z
Sushmita Lekharu
3764
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
191578
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|১১৪|অৰণ্য কাণ্ড।|}}
{{Rule|}}</noinclude>{{Block center|<poem>মুখত অমৃত,{{gap|3em}}আছে তোৰ পাপী,
{{gap|3em}}হৃদয়ত বিষ ঘট।
ছল পায়া তই,{{gap|3em}}ৰামক বঞ্চিবে,
{{gap|3em}}পাতিলি জানো কপট॥
মোহোক ভাণ্ডস,{{gap|3em}}নু হকে বোলস,
{{gap|3em}}ৰাঘৰ ইটো ৰাৱ।
শুনিও নুবুজ,{{gap|3em}}টেটোন পৰাই,
{{gap|3em}}যেহেন ৰামৰ ঠাৱ॥
জানিলো পপিষ্ঠ,{{gap|3em}}ভৰত ভ্ৰাতৃৰ,
{{gap|3em}}তই আবে ভাগি পাইলি।
এতেকে ৰামক,{{gap|3em}}চাটু পুটু কৰি,
{{gap|3em}}ৰামৰ লগত আইলি ৷৷
জানে সৰ্ব্বজনে,{{gap|3em}}সতিনীৰ পুত্ৰ,
{{gap|3em}}কদাচিতো নুহি হিত ৷
তোৰ ক্ৰুৰ ভাৱ,{{gap|3em}}নজানিয়া ৰামে,
{{gap|3em}}চপাইলেক সন্নিহিত ৷৷
লক্ষিলোঁ লক্ষণ,{{gap|3em}}দেখি কুলক্ষণ,
{{gap|3em}}এবেতই যেন চাস।
ৰামৰ ৰমণী,{{gap|3em}}সীতায়ে সহিতে,
{{gap|3em}}কৰিবৰ ঘৰ বাস॥</poem>}}<noinclude></noinclude>
ppg2wpf5kkkomij2a0dag5begz4ljx0
পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১১৭
104
70389
191579
190632
2024-10-10T12:32:04Z
Sushmita Lekharu
3764
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
191579
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||অসমীয়া ৰামায়ণ।|১১৫}}
{{Rule|}}</noinclude>{{Block center|<poem>নপাইবি তাহাক,{{gap|3em}}বোলো সত্যবাক,
{{gap|3em}}কেনে কৰা ৰঙ্গমন।
চৰণ নুচুইবো,{{gap|3em}}পৰ পুৰুষক,
{{gap|3em}}ৰামেসে মোৰ জীৱন।৷
ৰামৰ মৰণে,{{gap|3em}}নিশ্চয় জানিবা,
{{gap|3em}}অগণিত ঝাম্প দিবো।
নুহিবা গলত,{{gap|3em}}কটাৰিক দিয়া,
{{gap|3em}}ৰামক চিন্তি মৰিবে৷॥
নীচজন হুয়া,{{gap|3em}}মোহোক বাঞ্চস,
{{gap|3em}}বোলস নকৰা শোক।
ৰাম ময়মত্ত,{{gap|3em}}হস্তীৰ সমান,
{{gap|3em}}মৃগহেন দেখো তোক ৷৷
আনো মন্দ বাণি,{{gap|3em}}বুলিয়া গোসানী,
{{gap|3em}}হৃদয়ত মুষ্ঠি হানি।
কেশ আজোৰন্ত,{{gap|3em}}আকুলে কান্দন্ত,
{{gap|3em}}ফাটে যেন প্ৰাণ খানি ৷৷
কালে আসি পাইল,{{gap|3em}}কুবুদ্ধি ঘটিল,
{{gap|3em}}লক্ষ্মণক দিলা পিঠি।
হা ৰাম বুলি,{{gap|3em}}ৰামৰ ভিতিক,
{{gap|3em}}চাহি ৰৈলা এক দৃষ্টি॥</poem>}}<noinclude></noinclude>
rc1rwul8xlhd6kqajljdxeu167e6vi6
পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১১৮
104
70390
191580
190633
2024-10-10T12:38:18Z
Sushmita Lekharu
3764
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
191580
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|১১৬|অৰণ্য কাণ্ড।|}}
{{Rule|}}</noinclude>{{Block center|<poem>সীতাৰ দাৰুণ,{{gap|3em}}বচন শুনিয়া,
{{gap|3em}}আকুল ভৈল লক্ষ্মণ।
ভূমি কৰ্ণে চুই,{{gap|3em}}বিষ্ণুক সমুৰি,
{{gap|3em}}বুলিলন্ত তেতিক্ষণ।৷
মোৰ মনে জানো,{{gap|3em}}পিতৃত অধিক,
{{gap|3em}}ৰামেসে পৰম দেৱ।
মাতৃত অধিক,{{gap|3em}}তোমাৰ চৰণে,
{{gap|3em}}সৰ্ব্বদায়ে কৰোঁ সেৱ॥
হেনয় বিগুটি,{{gap|3em}}বচন দাৰুণ,
{{gap|3em}}হানিলা মোহোক কিক।
হেন কটু বাণি,{{gap|3em}}ভৈলাহা দাৰুণী,
{{gap|3em}}তোমাৰ আচোক ধিক॥
বুজিলোঁ সম্প্ৰতি,{{gap|3em}}হেনয় প্ৰকৃতি,
{{gap|3em}}নিদাৰুণ তিৰীজাতি।
ভাই ভাই মহা,{{gap|3em}}কন্দল কৰয়,
{{gap|3em}}বান্ধিয়া বচন কাটি।৷
তুমি হেন শান্তি,{{gap|3em}}সীতা দেবী হুয়া,
{{gap|3em}}এহেন বুলিলা মোক।
হৰি হৰি বিধি;{{gap|3em}}কুবুদ্ধি পাইলেক,
{{gap|3em}}মোক কিনো দিলাশোক॥</poem>}}<noinclude></noinclude>
kr1hys04yxzz38zvpgkb6szsjg6rbxe
পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১১৯
104
70391
191581
190634
2024-10-10T12:46:17Z
Sushmita Lekharu
3764
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
191581
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||অসমীয়া ৰামায়ণ।|১১৭}}
{{Rule|}}</noinclude>{{Block center|<poem>ইন্দ্ৰ চন্দ্ৰ বায়ু,{{gap|3em}}কুবেৰ ভাস্কৰ,
{{gap|3em}}দেব মুনি হৈবা সাক্ষী।
দুৰ্ব্বাৰ বচনে,{{gap|3em}}সীতাক তেজিয়া,
{{gap|3em}}যাওঁ আপোনাক ৰাখি।৷
ৰামে বুলি গৈলা,{{gap|3em}}সীতাক ৰাখিয়া,
{{gap|3em}}থাকা তুমি একমনে।
কেনে একেশ্বৰী,{{gap|3em}}কৰিয়া সীতাক,
{{gap|3em}}চলিবো দুৰ্ঘোৰ বনে॥
নানা বিমঙ্গল,{{gap|3em}}মিলয় দেখোহো,
{{gap|3em}}ভয়ঙ্কৰ বিপৰীত।
বৰপুণ্য ভাগ্যে,{{gap|3em}}লভিবা জানকী
{{gap|3em}}ৰাঘবৰ সন্নিহিত॥
আপুনি জানাহা,{{gap|3em}}ঘোৰ বনমাজ,
{{gap|3em}}ৰাক্ষস আছে অশেষ।
পুনু পুছু মাৱ,{{gap|3em}}যাইবো কি নযাবো,
{{gap|3em}}কৰিয়ো নিষ্ট আদেশ।৷
{{center|{{Xxxx-larger|⸺০⸺}}}}</poem>}}<noinclude></noinclude>
sf61irq2128fqgns5f7qrm5ajqp0ndw
পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১২০
104
70392
191582
190635
2024-10-10T13:26:04Z
Sushmita Lekharu
3764
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
191582
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|১১৮|অৰণ্য কাণ্ড।|}}
{{Rule|}}</noinclude>{{center|{{Xxxx-larger|ছবি।}}}}
{{Block center|<poem>
লক্ষ্মণৰ হেণ বাণী,{{gap|3em}}শুনি দেবী বুলিলন্ত,
{{gap|3em}}সত্বৰে চলিয়ো মহাবীৰ।
ৰাঘবৰ আৰ্ত্তৰাৱ,{{gap|3em}}শুনি শোকে দহে গাৱ,
{{gap|3em}}দেখা চক্ষুভৰি বহে নীৰ॥
স্বামী ৰামে নেদেখিয়া,{{gap|3em}}মৰিবো গৰল খাইয়া,
{{gap|3em}}তুহি অগণিত দিবো ঝাম্প।
লক্ষ্মণে এতেক শুনি,{{gap|3em}}সীতাক প্ৰণাম কৰি,
{{gap|3em}}চলিলা হৃদয়ে ভৈলা কাম্প॥
হাতে শৰধনু ধৰি,{{gap|3em}}ৰামৰ পাশক লাগি,
{{gap|3em}}চলিলা লক্ষ্মণ দুখ মনে।
ঈশ্বৰৰ ইচ্ছা কালে, {{gap|3em}}সীতাক আসিয়া পাইলে,
{{gap|3em}}তাক বাধিবাক পাৰে কোনে॥
সীতাক পৰম প্ৰেমে,{{gap|3em}}উপটি উলটি চাৰে,
{{gap|3em}}সীতায়ে বোলন্ত শীঘ্ৰেচলা।
ৰামৰ পাশক যদি,{{gap|3em}}লক্ষ্মণ গৈলন্ত চলি,
{{gap|3em}}সীতা দেবী একেশ্বৰ ভৈলা॥
</poem>}}<noinclude></noinclude>
0oemwexqf3ij536gjcpsrwc6hfgqufr
পৃষ্ঠা:ভটিমা.pdf/৪৪
104
70535
191600
191153
2024-10-11T07:48:38Z
Himashree Borah
3591
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
191600
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Himashree Borah" />{{rh|৪০|ভটিমা।|}}</noinclude>{{Block center|<poem>অব সব পূৰব আশ।
বিৰহ দুখ গেল নাশ॥
পাৱব স্বামীক কোল।
কৰ নৰ হৰি হৰি ৰোল॥১৮॥</poem>}}
{{center|{{X-larger|⸻}}}}
{{Block center|<poem>জয় জয় ঈশ্বৰ ৰাঘৱ ৰাম।
পূৰল যো জানকী মন কাম॥
জগজন জীৱন সোহি মুৰাৰি।
মুকুতি মঙ্গল কৰত তোহাৰি॥
যোহি পালি পিতাকেৰি আশ।
সীতা সহিতে খপল বন-বাস॥
সাধল জয় যো ৰাক্ষস মাৰি।
সোহি কৰত নিত মুকুতি তোহাৰি
বালী ঘালি সুগ্ৰীৱক পাট।
দেলহ যো লয়ে বানৰ ঠাট॥
বান্ধল সেতু পয়োধিক বাৰি।
সোহি কৰত নিত মুকুতি তোহাৰি।</poem>}}<noinclude></noinclude>
otyt1smv07u457d1t57tl0secv7oe7t
পৃষ্ঠা:ভটিমা.pdf/৬৮
104
70559
191598
191177
2024-10-11T07:31:13Z
Himashree Borah
3591
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
191598
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Himashree Borah" />{{rh|৮৫|ভটিমা।|}}</noinclude>{{Block center|<poem>সুশ্যাম শৰীৰ সুমঙ্গলধাম।
{{gap|3em}}উপাম বিহীন॥
{{gap|3em}}ৰতন বিভূষণ।
{{gap|3em}}অঙ্গ গুহাৱত হাৰ॥
{{gap|3em}}কিৰাটি কেয়ুৰ উজোৰ।
{{gap|3em}}কঙ্কন বিজোৰ॥
{{gap|3em}}কনক ঝনক ৰতন মঞ্জীৰ।
{{gap|3em}}ঝু ৱত উৰে হেম হাৰ॥
{{gap|3em}}হাৰা গজ মতি।
উন্নত ৰূপ পেখ ই ভূলত চিত॥
{{gap|3em}}অনঙ্গক দেব বিমল।
{{gap|3em}}কমল চৰণ যুগল॥
{{gap|3em}}সুৰাসুৰ নাগ নিসেবিত।
{{gap|3em}}লক্ষ্মী লালিত॥
{{gap|3em}}শোক বিশেষণ দেব।
{{gap|3em}}ভকত ভয় ভঞ্জন॥
{{gap|3em}}ৰঞ্জন ভাৰক।
{{gap|3em}}চিত্ত বিনোদন॥
{{gap|3em}}মোক্ষ নিদান।
{{gap|3em}}জগ জন জীবন॥</poem>}}<noinclude></noinclude>
bn7rqzs16ziim0df8z1qo4224wtvb4w
191599
191598
2024-10-11T07:32:47Z
Himashree Borah
3591
/* সমস্যা থকা */
191599
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="Himashree Borah" />{{rh|৮৫|ভটিমা।|}}</noinclude>{{Block center|<poem>সুশ্যাম শৰীৰ সুমঙ্গলধাম।
{{gap|3em}}উপাম বিহীন॥
{{gap|3em}}ৰতন বিভূষণ।
{{gap|3em}}অঙ্গ গুহাৱত হাৰ॥
{{gap|3em}}কিৰাটি কেয়ুৰ উজোৰ।
{{gap|3em}}কঙ্কন বিজোৰ॥
{{gap|3em}}কনক ঝনক ৰতন মঞ্জীৰ।
{{gap|3em}}ঝু ৱত উৰে হেম হাৰ॥
{{gap|3em}}হাৰা গজ মতি।
উন্নত ৰূপ পেখ ই ভূলত চিত॥
{{gap|3em}}অনঙ্গক দেব বিমল।
{{gap|3em}}কমল চৰণ যুগল॥
{{gap|3em}}সুৰাসুৰ নাগ নিসেবিত।
{{gap|3em}}লক্ষ্মী লালিত॥
{{gap|3em}}শোক বিশেষণ দেব।
{{gap|3em}}ভকত ভয় ভঞ্জন॥
{{gap|3em}}ৰঞ্জন ভাৰক।
{{gap|3em}}চিত্ত বিনোদন॥
{{gap|3em}}মোক্ষ নিদান।
{{gap|3em}}জগ জন জীবন॥</poem>}}<noinclude></noinclude>
owy579bs80zqh62oq5gpg9htso4fs6w
পৃষ্ঠা:ভটিমা.pdf/৬৯
104
70560
191597
191178
2024-10-11T07:23:55Z
Himashree Borah
3591
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
191597
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Himashree Borah" />{{rh||ভটিমা।|৫৯}}</noinclude>{{Block center|<poem>{{gap|3em}}নাথ তোহাৰ।
{{gap|3em}}চৰণ কমল॥
{{gap|3em}}সুধাৰস আশ।
{{gap|3em}}কৰু মেৰি চিত্ত॥
সাৰঙ্গ নিবাস তুহোঁ জগ বাস।
{{gap|3em}}নকৰ নৈৰাশ॥৷
হামু তেৰি দাসকো দাস।
{{gap|3em}}তোহাৰি গোসাঞী॥
জনমে জনমে ওহি মন কাম।
কহ দীন মাধব দাস তোহাৰি।
{{gap|3em}}সেবক পাল দয়াল॥২৫॥</poem>}}
{{center|{{Xxx-larger|⸻}}}}
{{Block center|<poem>জয় জয় কৃষ্ণ কৰহুঁ বহু সেব।
জয় জয় দৈবকী নন্দন দেব |
জয় জয় যোহৰি সত্য স্বৰূপ।
জয় জয় নিৰ্গুণ আতমা ৰূপ॥</poem>}}<noinclude></noinclude>
tw79x4248k11sofosedbhh5dyr7tgvr
পৃষ্ঠা:ভটিমা.pdf/৭০
104
70561
191596
191179
2024-10-11T07:17:56Z
Himashree Borah
3591
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
191596
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Himashree Borah" />{{rh|৬০|ভটিমা।|}}</noinclude>{{Block center|<poem>জয় জয় গুণ তিনি মায়া বিতাৰি।
জয় জয় সৃষ্টি স্থিতি লয় কাৰী॥
জয় জয় নিৰ্গুণ মুৰুৰি মুৰাৰি।
জয় জয় বিৰিন্দা বিপিন বিহাৰী॥
জয় জয় লীলা পঙ্কজ ধাৰী।
জয় জগ তাপ ত্ৰয় অপহাৰী॥
জয় জয় কালিন্দী কুলচাৰী।
জয় জয় ৰঞ্জন গোপ কুমাৰী॥
জয় জয় গিৰি মন্দৰ ধাৰী।
জয় জয় গোকুল জন উপকাৰী॥
জয় জয় কৃষ্ণ মুৰুতি অবতাৰী।
জয় জয় কুবলয় জীবনহাৰী॥
জয় জয় মধু মূৰ নৰক বিদাৰী।
জয় জয় ক্ষিতি তল ভাৰ উতাৰি॥
জয় জয় শঙ্খ চকৰ গদা পাণি।
জয় জয় পীত বসন পৰিধানী॥
জয় জয় সকল নিগম নিৰমাণী।
জয় জয় নিজ জন মুকুতি নিদানি॥
জয় জয় জগত জনক নিজ ধাম।
জয় জয় জগ জন পূৰণ কাম॥</poem>}}<noinclude></noinclude>
1f388osv96ja18ncnszx41c2fut8a7k
সদস্য বাৰ্তা:Pankaj Khanikar
3
70621
191583
2024-10-11T01:51:13Z
AdoroniBot
3460
স্বাগতম!
191583
wikitext
text/x-wiki
{{tmbox
| type = notice
| image = [[চিত্ৰ:Wikisource-logo-as-3.svg|135px|left]]
| imageright = [[চিত্ৰ:Assamese Jaapi.png|135px]]
| style = border: 1px blue solid;
| textstyle =
| text = {{Center|{{#if: {{{1}}} |'''নমস্কাৰ, {{#if: | {{{1}}} | {{BASEPAGENAME}} }}

{{Center|'''অসমীয়া ৱিকিউৎসলৈ আপোনাক আদৰণি জনাইছোঁ!'''

আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব।
'''ৱিকিউৎস''' (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়।
অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।
অসমীয়া ৱিকিউৎসত আপুনি এনে যিকোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্লিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে।
যিসকল লেখকৰ লিখনি ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা [[ৱিকিউৎস:অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভূক্ত লিখকসমূহৰ তালিকা|অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভুক্ত লিখকসমূহৰ]] তালিকা চাওক।}}

'''ইয়াৰ উপৰিও ফেচবুকত আমাৰ [https://www.facebook.com/groups/assamwikigroup/ ''Assamese Wikipedia Community''] বুলি এটা আলোচনা গোট আছে। ৱিকিমিডিয়ানসকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে। '''
আশা কৰোঁ ৱিকিউৎসত সম্পাদনা কৰি আৰু এজন ৱিকিমিডিয়ান হোৱাটো উপভোগ কৰিব।
টুইটাৰত "ৱিকিউৎস"ক অনুসৰণ কৰিবলৈ [https://twitter.com/aswikisource ইয়াত ক্লিক কৰক]।
| small = / yes
| smallimage = none / [[Image:Some image.svg|30px]]
| smallimageright = none / [[Image:Some image.svg|30px]]
| smalltext = আদৰণি
}} — [[সদস্য:AdoroniBot|AdoroniBot]] ([[সদস্য বাৰ্তা:AdoroniBot|বাৰ্তা]]) ০৭:২১, ১১ অক্টোবৰ ২০২৪ (IST)

6549da5h3g98l2mxlkhfwynqcid7kch
সদস্য বাৰ্তা:Vsdetoni (Projeto Mais+)
3
70622
191584
2024-10-11T01:51:23Z

সদস্য বাৰ্তা:Jamineem
3
70623
191585
2024-10-11T01:51:33Z

সদস্য বাৰ্তা:Ternera
3
70624
191586
2024-10-11T01:51:43Z

সদস্য বাৰ্তা:Alicia Moon
3
70625
191587
2024-10-11T01:51:53Z

সদস্য বাৰ্তা:Rini Chakravorty Sharma
3
70626
191588
2024-10-11T01:52:03Z

}} — [[সদস্য:AdoroniBot|AdoroniBot]] ([[সদস্য বাৰ্তা:AdoroniBot|বাৰ্তা]]) ০৭:২২, ১১ অক্টোবৰ ২০২৪ (IST)

9gxoieac4qr5qjsv0f2djt6zsocy7m1
সদস্য বাৰ্তা:Bidisha Choco
3
70627
191589
2024-10-11T01:52:13Z

সদস্য বাৰ্তা:Vidya koch
3
70628
191590
2024-10-11T01:52:23Z

সদস্য বাৰ্তা:NoychoH
3
70629
191591
2024-10-11T01:52:33Z

সদস্য বাৰ্তা:Kurnahusa
3
70630
191592
2024-10-11T01:52:43Z

সদস্য বাৰ্তা:অৰূপ ৰায়চৌধুৰী
3
70631
191593
2024-10-11T01:52:53Z

সদস্য বাৰ্তা:Dabao qian
3
70632
191594
2024-10-11T01:53:03Z

}} — [[সদস্য:AdoroniBot|AdoroniBot]] ([[সদস্য বাৰ্তা:AdoroniBot|বাৰ্তা]]) ০৭:২৩, ১১ অক্টোবৰ ২০২৪ (IST)

sxzzkfabjffktj2huvskdihmqydv13q
সদস্য বাৰ্তা:Juten
3
70633
191595
2024-10-11T01:53:13Z