ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.44.0-wmf.3
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
সদস্য বাৰ্তা:Seawolf35
3
67864
194525
189004
2024-11-14T13:52:34Z
EPIC
3489
EPICয়ে পুনৰ্নিৰ্দেশ নেৰাকৈ পৃষ্ঠা [[সদস্য বাৰ্তা:Vanished user b37280c4674be9897c76da35c38f943b]]ৰ পৰা [[সদস্য বাৰ্তা:Seawolf35]]লৈ স্থানান্তৰ কৰিলে: Automatically moved page while renaming the user "[[Special:CentralAuth/Vanished user b37280c4674be9897c76da35c38f943b|Vanished user b37280c4674be9897c76da35c38f943b]]" to "[[Special:CentralAuth/Seawolf35|Seawolf35]]"
185252
wikitext
text/x-wiki
{{tmbox
| type = notice
| image = [[চিত্ৰ:Wikisource-logo-as-3.svg|135px|left]]
| imageright = [[চিত্ৰ:Assamese Jaapi.png|135px]]
| style = border: 1px blue solid;
| textstyle =
| text = {{Center|{{#if: {{{1}}} |'''নমস্কাৰ, {{#if: | {{{1}}} | {{BASEPAGENAME}} }}

{{Center|'''অসমীয়া ৱিকিউৎসলৈ আপোনাক আদৰণি জনাইছোঁ!'''

আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব।
'''ৱিকিউৎস''' (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়।
অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।
অসমীয়া ৱিকিউৎসত আপুনি এনে যিকোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্লিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে।
যিসকল লেখকৰ লিখনি ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা [[ৱিকিউৎস:অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভূক্ত লিখকসমূহৰ তালিকা|অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভুক্ত লিখকসমূহৰ]] তালিকা চাওক।}}

'''ইয়াৰ উপৰিও ফেচবুকত আমাৰ [https://www.facebook.com/groups/assamwikigroup/ ''Assamese Wikipedia Community''] বুলি এটা আলোচনা গোট আছে। ৱিকিমিডিয়ানসকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে। '''
আশা কৰোঁ ৱিকিউৎসত সম্পাদনা কৰি আৰু এজন ৱিকিমিডিয়ান হোৱাটো উপভোগ কৰিব।
টুইটাৰত "ৱিকিউৎস"ক অনুসৰণ কৰিবলৈ [https://twitter.com/aswikisource ইয়াত ক্লিক কৰক]।
| small = / yes
| smallimage = none / [[Image:Some image.svg|30px]]
| smallimageright = none / [[Image:Some image.svg|30px]]
| smalltext = আদৰণি
}} — [[সদস্য:AdoroniBot|AdoroniBot]] ([[সদস্য বাৰ্তা:AdoroniBot|বাৰ্তা]]) ০৫:৪৯, ৪ এপ্ৰিল ২০২৪ (IST)

cwwh2ok82hbpn8i2nogovm0jtsog3w2
পৃষ্ঠা:ফুল-কলি.pdf/৪
104
70797
194526
192157
2024-11-14T15:37:29Z
Jyoti Chiring
2949
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194526
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sushmita Lekharu" />নিবেদন ।</noinclude>{{center|{{X-larger|'''নিবেদন।'''}}}}
{{gap}}অসমীয়া সাহিত্য সমাজত এনেকুৱা পুথি ঠাই পাব পাৰে নে নোৱাৰে সেইটো লিখকে বুজাব নোৱাৰে। লিখোঁতে লিখোঁতে এই কবিতা কেইটাৰ সৃষ্টি হোৱা দেখি মনত অৱশ্যে ভাল লাগিছিল যদিও
ইযাৰ একো মূল্য নাইকা বুলি ভাবি অনেক দিন অনাদৰ কৰি পেলাই থোৱা হৈছিল।
{{gap}}ঘটনাক্ৰমে এদিন এই কবিতা কেইটা কেইজন মান শিক্ষিত বন্ধুৰ চকুত পৰে আৰু তাতে ইয়াৰ প্ৰশংসাবাদ শুনি ছপাবৰ আগ্ৰহ হয়। সেই উদ্দেশ্যে পুথিখন কেই গৰাকীমান নিঃস্বাৰ্থ সাহিত্য
সেবকক দেখুৱাত তেওঁলোকেও মোক আগবঢ়াই হে দিলে। তাতে মনত সাহ পাই ভক্তি ভাবেৰে আসাম-আইৰ শ্ৰীচৰণৰ ওচৰত এই ফুল-কলিটি ৰাখিলোঁ—ই আপোন ঠাই পালেই মোৰ সুখ।
{{gap}}সাহিত্য-প্ৰেমিক শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী মহোদয়ে পুথিখনৰ ঠায়ে ঠায়ে মাত্ৰা দোষ আঁতৰাই দিয়া বাবে তেখেতৰ ঠাইত কৃতজ্ঞ আছোঁ। আৰু শ্ৰীযুক্ত বিষ্ণুপ্ৰসাদ দুৱৰা মহোদয়ে কিতাপখনি
এবাৰ চাই দিয়া বাবে তেখেতৰে৷ শলাগ লৈছোঁ।
{{gap}}শ্ৰীযুক্ত সৰ্ব্বানন্দ দাস ডেঃ ইঃ, শ্ৰীযুত কামেশ্বৰ দাস এম এস চি., শ্ৰীযুত ধাৰেশ্বৰ শৰ্ম্মা হেড মাষ্টৰ এম্ ই স্কুল, আৰু শ্ৰীযুক্ত সৰ্ব্বানন্দ দত্ত হেডমাষ্টৰ ( বালিকা এম ই. স্কুল ) এখেত সকলে পুথিখন ছপাবলৈ উৎসাহ দিয়াত আন্তৰিকতা জনাইছোঁ।<noinclude></noinclude>
cb8bvnv8nfu13cvreuqzjzo27l06d7c
194527
194526
2024-11-14T15:38:24Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
194527
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />নিবেদন ।</noinclude>{{center|{{X-larger|'''নিবেদন।'''}}}}
{{gap}}অসমীয়া সাহিত্য সমাজত এনেকুৱা পুথি ঠাই পাব পাৰে নে নোৱাৰে সেইটো লিখকে বুজাব নোৱাৰে। লিখোঁতে লিখোঁতে এই কবিতা কেইটাৰ সৃষ্টি হোৱা দেখি মনত অৱশ্যে ভাল লাগিছিল যদিও
ইযাৰ একো মূল্য নাইকা বুলি ভাবি অনেক দিন অনাদৰ কৰি পেলাই থোৱা হৈছিল।
{{gap}}ঘটনাক্ৰমে এদিন এই কবিতা কেইটা কেইজন মান শিক্ষিত বন্ধুৰ চকুত পৰে আৰু তাতে ইয়াৰ প্ৰশংসাবাদ শুনি ছপাবৰ আগ্ৰহ হয়। সেই উদ্দেশ্যে পুথিখন কেই গৰাকীমান নিঃস্বাৰ্থ সাহিত্য
সেবকক দেখুৱাত তেওঁলোকেও মোক আগবঢ়াই হে দিলে। তাতে মনত সাহ পাই ভক্তি ভাবেৰে আসাম-আইৰ শ্ৰীচৰণৰ ওচৰত এই ফুল-কলিটি ৰাখিলোঁ—ই আপোন ঠাই পালেই মোৰ সুখ।
{{gap}}সাহিত্য-প্ৰেমিক শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী মহোদয়ে পুথিখনৰ ঠায়ে ঠায়ে মাত্ৰা দোষ আঁতৰাই দিয়া বাবে তেখেতৰ ঠাইত কৃতজ্ঞ আছোঁ। আৰু শ্ৰীযুক্ত বিষ্ণুপ্ৰসাদ দুৱৰা মহোদয়ে কিতাপখনি
এবাৰ চাই দিয়া বাবে তেখেতৰে৷ শলাগ লৈছোঁ।
{{gap}}শ্ৰীযুক্ত সৰ্ব্বানন্দ দাস ডেঃ ইঃ, শ্ৰীযুত কামেশ্বৰ দাস এম এস চি., শ্ৰীযুত ধাৰেশ্বৰ শৰ্ম্মা হেড মাষ্টৰ এম্ ই স্কুল, আৰু শ্ৰীযুক্ত সৰ্ব্বানন্দ দত্ত হেডমাষ্টৰ ( বালিকা এম ই. স্কুল ) এখেত সকলে পুথিখন ছপাবলৈ উৎসাহ দিয়াত আন্তৰিকতা জনাইছোঁ।<noinclude></noinclude>
4ngq2uwqz8904zt9r9f64o256u2ffv4
পৃষ্ঠা:ফুল-কলি.pdf/৫
104
71363
194528
194453
2024-11-14T17:02:16Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194528
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{center|৷৹}}
{{gap}}অৱশেষত যোৰহাট নৰ্মাল স্কুলৰ চুপাৰিন্টেণ্ডেণ্ট দেশবৎসল পূজ্যপাদ শ্ৰীযুক্ত শৰৎচন্দ্ৰ গোস্বামী মহোদয়ৰ পৰিযত্নত এই কিতাপ-খনি ছপা হল। এখেতে নানা কৰ্ম্মৰ মাজতো পুথিখনি তিনি চাৰি বাৰ চাইছে, ভুলভ্ৰান্তি শুধৰাইছে, তদুপাৰি প্ৰেচৰ আটাইবোৰ কাম তেখেতে গা পাতি লৈছে। এই স্নেহ ঋণ শুজিব নোৱাৰি, শুজিবৰ ইচ্ছা কৰিবও নোৱাৰি। আশা হয় যেন এই নিস্বাৰ্থতাৰ অঙ্কুৰ
মোৰো অন্তৰত সদায় সজীৱ থাকে।
{{Left|কালঝাৰ সত্ৰ।

চৈত, ১৮৪১ শক।}}}
{{Right|বিনীত

শ্ৰীকালীপ্ৰসন্ন দাস।}}
{{center|⸻}}
শ্ৰীযুত কালীপ্ৰসন্ন দাসৰ এই পুথিখনি ৰাইজৰ আগত দি মই বৰ আনন্দ পাইছোঁ। লিখকৰ কোনো স্কুলীয়া শিক্ষা নাই, আৰু তেওঁ নিতান্ত গাৱঁলীয়া মানুহ। তেওঁ স্বভাৱ-কবি। এনে এজনা মানুহৰপৰা সুন্দৰ ভাৱ, গভীৰ দেশ-প্ৰীতি আৰু ওখ ধৰ্মভাৱৰ কবিতা পঢ়িবলৈ পাই সাহিত্যৰসত আমোদী লোকমাত্ৰই বৰ আনন্দ পাব বুলি মই আশা কৰিছোঁ। কিছুমান কবিতা ইয়াত আছে যি অতি উৎকৃষ্ট
হৈছে—আৰু যাক কোনোৱে নতুন কবিৰ লিখা বুলি কব নোৱাৰিব।
{{Right|শ্ৰীশৰৎচন্দ্ৰ গোস্বামী।

৩।৪।২০}}
{{Left|যোৰহাট

নৰ্মালস্কুল।}}<noinclude></noinclude>
l58cz1txxjjwdd0knlvkojfg7n8vtg0
194529
194528
2024-11-14T17:03:41Z

চৈত, ১৮৪১ শক।}}

fgzch0eim2bi6kolpizv1v7oyzalhzt
194530
194529
2024-11-14T17:04:19Z

পৃষ্ঠা:ফুল-কলি.pdf/২০
104
71384
194506
2024-11-14T13:25:44Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194506
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>F
ফুল-কলি।
জীৱনৰ লগৰীয়া।
সাদৰেৰ জানিছিলোঁ মই,
পাহৰিলোঁ সংজ্ঞা হেৰুৱাই
অকস্মাত আজি আৰু তোমাৰে ছৱিটি,
স্মৰণত আহিছে দুনাই।
প্ৰিয়বন্ধু মানব জীৱনে,
সুখ দুখ তোমাতে মিলন,
যতনেৰে আঁকোৱালি তোমাক মানবে,
হৃদয়ত কৰিছে স্থাপন।
সংসাৰৰ মঙ্গল-আকৰ,
তুমি মাথোঁ নিত্য অলঙ্কাৰ,
হে বিদ্যা, দিনে দিনে মানবৰ সৌন্দৰ্য্য বঢ়াই,
হৃদয়ৰ গুছোৱ এন্ধাৰ।
মৰিও অমৰ হয় ন
জগতত তোমাৰ কৃপাত।
যথাৰ্থতে নোৱাৰে কৰিব,
কোনোৱেতো অকল সৰীয়া,
বিশ্ব-গৰাকীৰ সৃষ্টিৰ মাজত,
তুমি জীৱনৰ লগৰীয়া॥
11<noinclude></noinclude>
kswa7wcjtl5d6pfz7ic3p1j2hb0iq2u
পৃষ্ঠা:ফুল-কলি.pdf/২৫
104
71385
194507
2024-11-14T13:26:31Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194507
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল কলি।
বিমল জেউতি ভৰা,
চন্দ্ৰতো উজল।
তালৈ কাঁইটেৰে ভৰা
সৰু এটি বাট,
দু-পিনে দুসাৰি ওখ
শিলৰ পৰ্ব্বত।
বহু বিপদত পৰে
তাত উঠা জনে,
তথাপিতো কত জনে
............. উঠিছে যতনে।
কত জন উঠে৷ বুলি
গৈছে আগুৱাই;
উঠিব নোৱাৰি কত
ইনাই বিনাই,
নিৰাশাৰ লগ লই
কান্দিছে অকলে,
ক্ষণে উঠে, ক্ষণে পৰে
মনৰ বিকলে।
ই-সকলো দেখি মোৰ
কান্দিল পৰাণ;<noinclude></noinclude>
mgjz6m9l5ny60dzug8jwqkggek9w2by
পৃষ্ঠা:ফুল-কলি.pdf/২৯
104
71386
194508
2024-11-14T13:27:19Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194508
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল কলি।
প্ৰেম।
তুৱা মাথ সত্ত্বগুণে বিকশিত কায়;
হিংসা, ক্ৰোধ, দ্বেষশূন্য উদাৰ হৃদয়!
মধুৰতো সুমধুৰ শান্তিৰ সম্বল;
সংসাৰ-কাননে তুমি দুৰ্বলৰ বল।
সুখ।
সুখ সুখ বুলি ফুৰে৷ ঘূৰি ঘূৰি,
নেপালোঁ সুখ সমূলি;
সুধিলো এদিন, বৈৰাগী এজনে,
সুখ কেনেকুৱা বুলি।
আমিয়া মাতেৰে কলেহি বুজাই,
হেৰা অবোধ সোণাই,
সুখ সুখ বুলি, মিছাতে ঘূৰিছা,
সুখ বিধি স্ৰজা নাই।
চোৱা বাৰু সৌ পূৱ আকাশত,
ওলাই ৰঙা বেলিটি,
দিছেহি পোহৰ, নাশি অন্ধকাৰ,
কেনে নো শুৱনি অতি।
GC<noinclude></noinclude>
9rnwscr1bjwg6padtb1bf04abaymce0
পৃষ্ঠা:ফুল-কলি.pdf/২৮
104
71387
194509
2024-11-14T13:27:49Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194509
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল-কলি।
কি ফল লভিম হায়!
কৰিলে সাধন।
তেতিয়া কোনোবা যেন
কলে ৰিঙিয়াই;
অজ্ঞান মানব তুমি
নেজানা নিশ্চয়---
দেখিছা দেউল যিটি,
যশৰ আধাৰ,
তুমিও তালৈ যোৱা,
হোৱা আগুসাৰ।
অধিস্থান হলে তাত
কহিলোঁ নিশ্চয়,
মৰিও নমৰে নৰ
হয় মৃত্যুঞ্জয়।
প্ৰিয়।
লোভ নাই, ক্ৰোধ নাই, অন্তৰ নিৰ্ম্মল;
ধীৰ নম্ৰ ক্ষমাশীল বাক্যত সৰল।
আত্মপৰ ভিন নাই, স্ব-ধৰ্ম্মত স্থিত;
প্ৰিয়জন হোৱে তেওঁ জানিবা নিশ্চিত।<noinclude></noinclude>
1ly028tpk699uv6bv161fsjblb4me43
পৃষ্ঠা:ফুল-কলি.pdf/২৬
104
71388
194510
2024-11-14T13:28:23Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194510
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>চিন্তা-জুই তাপে উতলা হিয়াত
কিয়নো শান্তিৰ নিজৰা ঝৰে।
নতুন পোহৰে উজলে সংসাৰ,
কিয়নো গুচাই আন্ধাৰ পট,
উৰুলি জোকাৰে নানা চেওঁ ধৰি,
কিয়নো চৰায়ে দিছেহি মাত।
নিয়ৰে তিওৱা ফুলৰ কলিটি
জোকাৰি জোকাৰি আপোন পাহি;
গহীন ভাৱত কিয়নো মাৰিছে
মিছিকীয়া এটি মধুৰ হাঁহি।
কিয়নো হিয়াত কৰ্ম্মৰ প্ৰতিমা,
নাচিছে বঢ়াই কল্পনা-আশা!
মধুৰ মোহিনী শান্তিৰ কানন,
দেখা দিলে আহি প্ৰতিমা ঊষা।
যশ।
দেখিলে। সাপোন এটি,
আধা টোপনীতে—
পৰ্ববত এখনি এটি
বিলৰ মাজত
তাৰ উপৰত এটি
সুবৰ্ণ-দেউল;<noinclude></noinclude>
3p3hcjwnxhe0egqbb5qrsclubz3ohc0
পৃষ্ঠা:ফুল-কলি.pdf/২৭
104
71389
194511
2024-11-14T13:29:04Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194511
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>বিমল জেউতি ভৰা,
চন্দ্ৰতো উজল।
তালৈ কাঁইটেৰে ভৰা
সৰু এটি বাট,
দু-পিনে দুসাৰি ওখ
শিলৰ পৰ্ববত।
. বহু বিপদত পৰে
তাত উঠা জনে,
তথাপিতো কত জনে
উঠিছে যতনে।
চেনা কত জন উঠে। বুলি
গৈছে আগুৱাই;
উঠিব নোৱাৰি কত
ইনাই বিনাই,
নিৰাশাৰ লগ লই
কান্দিছে অকলে,
ক্ষণে উঠে, ক্ষণে পৰে
মনৰ বিকলে।
ই-সকলো দেখি মোৰ
কান্দিল পৰাণ;<noinclude></noinclude>
648388lf8j31b5k6u2z2k62oacz98j9
পৃষ্ঠা:ফুল-কলি.pdf/৩০
104
71390
194512
2024-11-14T13:29:50Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194512
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল-কলি।
ঘূৰি ঘূৰি গই যেতিয়া পাবহি,
ওচৰে আহে সন্ধিয়া
কিৰণ সামৰি, কলা মলা পৰি,
হয় বেলি নাইকীয়া।

পূৰ্ণিমাৰ জোন, কেনেনো ধুনীয়া,
পোহৰে উজলে ধৰা;
আঁউসিৰ দিনা, ঢাকিছে এন্ধাৰে,
জীয়াই থাকোঁতে মৰা।
পুৱতি নিশাত ফুলে উতপল,
প্ৰকাশি হৃদয় হাঁহি;
বেলি নোলাতেই ভোমৰাক লই,
বজায় আনন্দ বাঁহী।
নাই হিংসা দ্বেষ, উদাৰ হৃদয়,
সুখীয়া ভেটৰ পাহি;
বেলিটি ওলালে, জয় পৰি যায়;
তাৰো খন্তেকীয়া হাঁহি।
তন্ন তন্ন কৰি, ঠাই ঠাই ঘূৰি,
দেখিলোঁ বহুত ঠাই;
কি দিম বুজাই, জোন বেলি তৰা,
জীৱনত সুখ নাই।<noinclude></noinclude>
319tatdxrq551ed015z64aawbhwoqgg
পৃষ্ঠা:ফুল-কলি.pdf/৩১
104
71391
194513
2024-11-14T13:30:25Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194513
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল কলি।
আছে মাথোঁ দুখ, সকলো প্ৰাণীতে,
স্বৰ্গ মৰ্ত্য দুয়োতেই;
অবোধ মানৱ, সেই হে ফুৰিছা,
সুখৰ জখলা চাই।
101
শাস্তিৰ জখলা।
সংসাৰৰ লোভ কিবা মোহৰ চক্ৰত
এদিন গৈছিলোঁ যেন বনৰ মাজত।
জনশূন্য নিৰ্জ্জনত অকলসৰীয়া;
পালোঁ লগ এজনক চকু টোপনীয়া!
আমি যেনে তেওঁ তেনে ভাবিলোঁ মনত;
তুমি কোন কোন বুলি মাতিলোঁ বহুত।
তেওঁ নেমাতিলে যেন কলে কোনবাই;
সংসাৰৰ মায়াহীন বৈৰাগী এৱেই।
কাম ক্ৰোধ লোভ মোহ অহঙ্কাৰ হীন;
সংসাৰত এৱেইহে নিৰাশা-অধীন।
এক ভাব এক ধ্যানে এজনে আঁকোলি,
সংসাৰৰ শোক-তাপ নেজানে সমুলি।
ভাবিলোঁ মনতে শুনি, বুজাবলৈ টান,
শান্তিৰ জখলা মাথোঁ নিৰাশা-জীৱন।<noinclude></noinclude>
7wjzog29v98ukrebcrmpwv61uzo4dar
পৃষ্ঠা:ফুল-কলি.pdf/৩৩
104
71392
194514
2024-11-14T13:31:05Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194514
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল-কলি।
সৌন্দৰ্য্য।
প্ৰাণত অতৃপ্তি আজি; অকলে অকলে,
বাট পথ এৰি এৰি ফুৰিছোঁ নিৰলে।
অকস্মাৎ দেখোঁ কিবা ৰূপৰ প্ৰতিমা;
উত্ৰাবল হল মোৰ হৃদয় আতমা।
কিবা যেন পালোঁ এটি স্বৰ্গীয় বাতৰি।
নলৰে নচৰে ভৰি অপোন পাহৰি।
থমকি থাকিলো ৰই বহিলোঁ তাতেই;
নিশ্চয় নোৱাৰোঁ আৰু যাব আগুৱাই
নেচায় নেমাতে তেওঁ যোগী যে মহান্;
কি যে হায়! তথাপিতো সঁপি মন প্ৰাণ,
নিৰলে নিলে বহি ক্ষুদ্ৰ হিয়া মোৰ,
থাকিব খুজিছে চাই হেজাৰ বছৰ।

আশা।
আশা কৰা তুমি!
নিৰাশাত দিন শেষ;
কু-আশা চকুৰ ফুটা,
সু-আশা বিশেষ।<noinclude></noinclude>
t3kyuwft6fen15gp56cdrvx6tnuyo6f
পৃষ্ঠা:ফুল-কলি.pdf/৩২
104
71393
194515
2024-11-14T13:31:38Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194515
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>আছে মাথোঁ দুখ, সকলো প্ৰাণীতে,
স্বৰ্গ মৰ্ত্য দুয়োতেই;
অবোধ মানৱ, সেই হে ফুৰিছা,
সুখৰ জখলা চাই।

শান্তিৰ জখলা।
সংসাৰৰ লোভ কিবা মোহৰ চক্ৰত
এদিন গৈছিলোঁ যেন বনৰ মাজত।
জনশূন্য নিৰ্জ্জনত অকলসৰীয়া;
পালোঁ লগ এজনক চকু টোপনীয়া!
আমি যেনে তেওঁ তেনে ভাবিলোঁ মনত;
তুমি কোন কোন বুলি মাতিলোঁ বহুত।
তেওঁ নেমাতিলে যেন কলে কোনবাই;
সংসাৰৰ মায়াহীন বৈৰাগী এৱেই।
কাম ক্ৰোধ লোভ মোহ অহঙ্কাৰ হীন;
সংসাৰত এৱেইহে নিৰাশা-অধীন।
এক ভাব এক ধ্যানে এজনে আঁকোলি,
সংসাৰৰ শোক-তাপ নেজানে সমুলি।
ভাবিলোঁ মনতে শুনি, বুজাবলৈ টান,
শান্তিৰ জখলা মাথোঁ নিৰাশা-জীৱন।<noinclude></noinclude>
imkwbt128bkveypi7o7dwpgnf584v0g
পৃষ্ঠা:ফুল-কলি.pdf/৩৪
104
71394
194516
2024-11-14T13:32:49Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194516
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল-কলি।
আশাতে বিভোল
বিকচিত সংসাৰ;
হেচ৷-ঠেলা, আশাতেই,
সদায় দুৰ্বাৰ।
নহবা নিৰাশ;
আশা জীৱনৰ
আশাতে যোৱা আগুৱাই;
উন্নতিৰ ওখ ঠাই।
ইচ্ছা।
এক মাথোঁ ঘোৰ এই নিজান বনত,
জীৱনৰ আছে শত্ৰু কত!
ইচ্ছাই সাৰথি মাথোঁ, সংসাৰ বনত,
সদা তযু ফুৰিছে লগত।
শকত বান্ধেৰে বান্ধা তোমাৰ ই হিয়া—
সাহসতে হক ইচ্ছা বলী,
জয় হবা যতে ততে আক্ৰমি ৰিপুক;
ইচ্ছা ইচ্ছাময় সৰ্ব দলি।
১৭<noinclude></noinclude>
kn20f42bsdkhjpjhhwm1qr2r1mafd13
পৃষ্ঠা:ফুল-কলি.pdf/৩৫
104
71395
194517
2024-11-14T13:33:29Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194517
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল কলি।
কৰ্ম্ম আৰু কল্পনা।
কল্পনা কৰ্ম্মৰ ঠিক লগতে জনম,
কেতিয়াও উভয়েৰে এৰা এৰি নাই;
তুমি যদি সু-চতুৰ, ইচ্ছা শুভ কাম,
নিষ্ফল নকৰা দিন মিছা কল্পনাই!
নিৰৰ্থক কৰ্ম্মহীন কল্পনা নিষ্ফল,
কল্পনাৰ পিছে পিছে কাম কৰাগই;
জীৱনত পূৰ্ণ হক বাসনা হিয়াৰ!
কৰ্ম্মহীন জীৱনৰ নাই ওখ ঠাই।
<10-
লাজ।
লাজ, কেনুৱা চৰিত্ৰৱান্ হোৱা তুমি।
কিবা অপৰূপ তোৰ,
ভবাটো অসাধ্য মোৰ;
সামান্য জ্ঞানৰ সামান্য মানৱ আমি!
লাজ কেনুৱা চৰিত্ৰৱান হোৱা তুমি।
লাজ, কেনুৱা চৰিত্ৰৱান হোৱা তুমি।
তোৰ বশবৰ্ত্তী জন,
কাৰ্য্য-কৰ্ম্ম-বিনাশন,
কোনো ঊৰ্দ্ধ কোনো জন হয় অধোগামী।
লাজ কেনুৱা চৰিত্ৰৱান হোৱা তুমি॥<noinclude></noinclude>
aysr0os4rqgw1kfdbp9kl12b9g13hg1
পৃষ্ঠা:ফুল-কলি.pdf/৩৬
104
71396
194518
2024-11-14T13:33:58Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194518
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>কুল-কলি।
কৰিছোঁ কাকুতি হেৰা তুৱা পাৱে পৰি।
মানৱক কৰা দয়া
দিয়া যেন পদ ছায়া,
কু-কাম কু-পাপে যেৱে আগুৱাই ভৰি।
কৰিছো কাকুতি হেৰা তুৱা পাৱে পৰি।
সু-কাম সু-পথে মন
যদি হয় আগুৱান,
দূৰত থাকিবা তেন্তে আঁতৰি আঁতৰি।
কৰিছো কাকূতি হেৰা তুৱা পাবে পৰি।
অধীন।
হেৰা মোৰ মৰমৰ মইনা চৰাই,
আনন্দ সোঁতত বুৰি
মাত তই একাষাৰি;
বিষাদত কিয় আছা কোঁচ-মোঁচ খাই।
সুখী তুমি মাথে।! শান্তিময় তোমাৰ জীৱন;
ছোৱা হেৰা চকু মেলি,
কত লগৰীয়া মিলি,
আহাৰ বিচাৰি পুৰি বিয়াকুল প্ৰাণ।
১৯<noinclude></noinclude>
460w39urkciglicfdxzhlv59tm3f4hz
পৃষ্ঠা:ফুল-কলি.pdf/৩৮
104
71397
194519
2024-11-14T13:34:23Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194519
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল-কলি।
শোক।
নেচাপিবা কাষ মোৰ থাকা দুৰতেই,
আঁউিশীৰ আন্ধাৰতো বেছি কলা তুমি;
শোকাতুৰ জন আশা-সূতা হেৰুৱাই,
কাম্য কৰ্ম্ম নাশ কৰি হয় অধোগামী।
তমোময় অন্ধকাৰে তোমাৰ নিবাস,
একমাত্ৰ হীন জন তুমি সংসাৰত;
দৰ্শন লভিলে হয় সত্ত্ব ভাৱ নাশ,
নাহিবা! হৃদয় মোৰ নুবুৰাওঁ তাত।
চিন্তা।
আপুনি বিভোল তোমাকে সুঁৱৰি,
নোৱাৰোঁ কব বুজাই,
অফুট ভাৱৰ, অবুজ ভাষাৰ,
ৰাগিণী মিলাই লই।
কামৰ সময়, কিবা ৰাতি দিন,
পৰশি হৃদয় তলি,
হিয়া ভেদ কৰি বইছা নিঝৰা,
আগত মনক ঠেলি।<noinclude></noinclude>
2zk80ymgrqxpu0tel6u6n46klsjadxc
পৃষ্ঠা:ফুল-কলি.pdf/৩৯
104
71398
194520
2024-11-14T13:34:47Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194520
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল-কলি।
সুখ, দুখ, শোক প্ৰৱল সোঁতত,
উঠিছে প্ৰৱল ঢউ;
মন-চিত্ত-হিয়া বালিচৰ-গৰা
বুৰাই দিয়া নিতউ।
সৰু সৰু ঢউ কতনো উঠিছে
কতনো পৰিছে তাতে;
তাৰ অন্ত নাই লেখিব নোৱাৰোঁ,
ঢউতে ঢউহে উঠে।
সুখ-সাগৰত অশান্তি হিয়াত,
মাতও নুফুটে মুখে,
তোমাতে আনন্দ শাস্তি ৰোগ শোক,
তোমাতে সুখীয়া দুখে।
আতুৰ তৰল গতি খৰতৰ,
আকোলি নেপাওঁ ঠাই;
তোমাতে এস্থতি ধৰি কোন জন,
তোমাতে আশ্ৰয় লয়।
নিৰ্ভৰ হৃদয়ে হিয়া নচুৱাই,
বিপদ আঁতৰ কৰি,<noinclude></noinclude>
k1jbr5hop09a0ocvken823nmhcj21u2
পৃষ্ঠা:ফুল-কলি.pdf/৩৭
104
71399
194521
2024-11-14T13:36:22Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194521
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>20
ফুল-কলি।
তথাপিতো কিয় তযু সন্তপ্ত পৰাণ;
নহয় মুকলি মন,
বন্ধনত আছা যেন,
কটোৱা জীৱন যেন চিৰদুখী জন।
বেজাৰেৰ মাত দিলে মইনা চৰাই;
নোৱাৰে ফুটাব মাত,
চকুলো পৰিছে গাত,
থমকি থমকি কলে ইনাই বিনাই।
মিছাতে বুলিছ৷ মোক চিৰসুখী জন;
নেজানে সমুলি হিয়া
স্বাধীনতা কেনেকুৱা,
পৰাধীনে চিৰদিন কাটিছে জীৱন?
নাথাকি ইয়াত, পাওঁ কণ্টক-কানন;
সেই মোৰ স্বৰ্গ-স্থান,
পাম জন্ম ভূমি-দান,
আৰু পাম স্বাধীনতা অমূল্য ৰতন।
101<noinclude></noinclude>
41z7l9lp8i7z3v7o5g4brei4hkdumfg
পৃষ্ঠা:ফুল-কলি.pdf/৪১
104
71400
194522
2024-11-14T13:36:54Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194522
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>28
ফুল কলি।
এলাহ ভাগৰ নাই ৰঙতে ৰাঙলি,
ৰঙৰ হেপাহ নপলায়।
কিনো কম! নোৱাৰিম এতিয়া বুজাব,
কেনুৱা আছিল লৰাকাল;
বুদ্ধিৰ অসাধ্য, যেন ভাৱতে বিভোল,
ৰং চাওঁতেই পমি গল।
এতিয়াহে মনে মনে ভাৱিছোঁ নিতেই,
কি ভাৱত আছিলোঁ বিভোল;
(মই) অৱশ্যে বিভোল নহওঁ কদপি,
আশা যদি ইমান প্ৰৱল।
11
মোৰ যুগমীয়া শোক।
ধন-ধান আছে মোৰ
সংসাৰ সম্বল,
নাই দেখোঁ একো মোৰ
বিষয়-জঞ্জাল।
সুস্থ দেহ, নাই একে৷
ৰোগ অন্তৰত,
নাই একো অভিমান
হিয়াৰ মাজত।<noinclude></noinclude>
i5b9oozkbo3vxk23x7ezwsx81dmj8n5
পৃষ্ঠা:ফুল-কলি.pdf/৪০
104
71401
194523
2024-11-14T13:37:48Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194523
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল কলি।
জীৱন-পথত গৈছে আগুৱাই,
পিচত নপৰে ভৰি।
তোমাতে আশ্ৰয় কৰিছে৷ হৃদয়,
তোমাতে জীৱন ভাৰ।
মনৰ কথাটি তোমাতে সপিলোঁ;
বোওৱা একোটি ধাৰ।
মোৰ লৰাকাল।
যদিয়ো নেজানো হায়! সৰল প্ৰাণত,
পিতৃ-স্নেহ কেনুৱা লাৱণী;
যদিও নেজানো হায়! ক্ষুদ্ৰ জীৱনত,
পিতৃ কেনে পুত্ৰৰ ফুলনি।
তথাপিতো পিতৃ শোক নেজানো সমূলি,
উলাসতে ফুৰিছিলে৷ উৰি;
নাই সুখ দুখ, অনন্ত হাঁহিৰ ৰোলে
বিশ্ব যেন নিতে যায় বুৰি।
নেপায় অলপো সংসাৰ ৰদৰ তাপে,
নেজানে৷ সংসাৰ কেনে মই;<noinclude></noinclude>
4vnxedcrmj33fvtfmr64xn0uabvfcez
পৃষ্ঠা:ফুল-কলি.pdf/৪২
104
71402
194524
2024-11-14T13:38:31Z
জ্যোতি বড়া
3811
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
194524
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="জ্যোতি বড়া" /></noinclude>ফুল কলি।
কিয়নো তথাপি মোৰ
অশান্ত হৃদয়,
সংসাৰত দুখী যেন
দৰিদ্ৰ-নিচয়।
নিৰাশাৰে ভৰা হিয়া –
থউ কিবা থউ,
নিতউ উঠিছে মাথোঁ
বিষাদৰ ঢউ।
বিদ্যাহীন ধন-ধানে
কৰি চেই চেই,
নিতও চকু-লো কিয়
মুচিছো ঘনাই।
নাই মাত, নাই বোল—
আপুনি বিতত;
আপুনি ধিক্কাৰ কত
কৰোঁ আপুনাত।
কিয়নো লৰালি কালে
বিদ্যা নিশিকিলোঁ,
খন্তেকীয়া সুখ পাই
জলাঞ্জলি দিলোঁ।
জীৱনে ই শোক মোৰ
হল যুগমীয়া,<noinclude></noinclude>
o0voamx74pngnrinocvflowtvvxbv8a