ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.44.0-wmf.3 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৪ 104 8200 194558 194557 2024-11-18T17:43:55Z অঞ্জুমণি শইকীয়া 3795 194558 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Joli" /></noinclude>{{rh|||}}৬৮{{rh|||}}{{center|অসমৰ বুৰঞ্জী}} বৰুৱাৰ পুতেক পানীফুকনৰে মন বিধাৰণ।' স্বৰ্গদেৱৰ অনুজ্ঞা অনুসৰি বৰফুকন আৰু পানীফুকনক গুৱাহাটীৰপৰা ধৰাই গড়গাওঁ নগৰলৈ অনোৱা হ'ল। দুই ফুকনক হোলোঙ্গৰ আগৰ চৰালৈ আনি, তিনিজনা ডাঙ্গৰীয়াই সোধা-পোছা কৰিলে । দুই ফুকনেও ঘাটি ললে বোলে, 'আমাৰ অপৰাধক চাঁই মাৰি কাটি-পেলাবহে লাগে। ৺দেৱৰ সাতামপুৰুষীয়া বন্দী, যেইখান কৰে।' পাচে, স্বৰ্গদেৱে শুনি ভাঙৰৰূপে দায় ধৰিলে। বৰপাত্ৰগোহাঞি, বৰগোহাঞি, বুঢ়াগোহাঞি, বৰবৰুৱা, মৌপিয়া ফুকন, হলৌফুকন, তাঞ্চেং ফুকন এই সকলে স্বৰ্গদেৱৰ চৰণত মাতিলে। ১৬০৪ শকৰ বহাগৰ তিনদিন যাওঁতে স্বৰ্গদেৱে বৰফুকন আৰু পানীফুকন দুইৰো দায় ক্ষমা কৰি ঘৰলৈ খেদিলে। সন্দিকৈ নেওগক বৰফুকন পাতিলে। লালুকীৰ ফৈদীয়া ভেবাক ফুকন পাতিলে । দিহিঙ্গীয়া লাখেং ফুকনৰ পুতেক ভকতিক পানীফুকন পাতিলে ।" <ref>(১)"তুংখুঙ্গীয়া বুৰঞ্জী"১৮-১৯ পৃষ্ঠা।</ref> {{gap}}(খ) “ ১৬০৭ শকৰ আঘোণত সম্ভেদ পোৱা গ'ল, চেংৰাই ফুকন, খামৰাক ফুকন, খেণ্ডৌৰ খামচিন ফুকন আৰু পানীফুকন এই চাৰিয়ে স্বৰ্গদেৱক দ্ৰোহ কৰিবলৈ আলচিছে। দিলিহিয়াল বুঢ়াগোহাঞি; হলৌফুকন, আনো হাজৰিকীয়া দুই-চাৰি যোগ থকা জনা গ'ল। স্বৰ্গদেৱ গদাধৰ সিংহই চাৰিং ৰজা, বৰপাত্ৰগোহাঞি, বৰগোহাঞি, বৰচেটিয়া বৰবৰুৱা, দুৱৰা ফুকন, নাওবৈচা ফুকন এই সকলক লৈ বিদ্ৰোহীক ধৰিবলৈ স্বয়ং ভটিয়াই গ'ল। ডাঙ্গৰীয়া-বিষয়াসকলক ঠায়ে ঠায়ে কোঁঠ পাতি ৰবলৈ দি,চামধৰা গড়ৰ উজনিত লুইতৰ দক্ষিণে বালিত বাহৰ পাতি স্বৰ্গদেৱ নিজে ৰলগৈ। তালৈকে বৰবৰুৱাৰ ভায়েক পানীফুকনকো বুদ্ধি কৰি মতাই আনিলে । খামৰাক ফুকন আৰু চেংৰাই ফুকনক বৰফুকনে ধৰি আনি স্বৰ্গদেৱৰ বালি-বাহৰত ঠেকালেহি । তাৰপৰা কলিয়াবৰলৈ উঠি, দিলিহিয়াল বুঢ়াগোহাঞিক ভাঙ্গি, কুঁৱৈগঞা মৌ গোহাঞিক বুঢ়াগোহাঞি পাতিলে। বৰবৰুৱালৈ চাই, পানীফুকনক নামাৰি ঘৰলৈ খেদিলে । খামৰাক আৰু চেংৰাই এই দুই ফুকনক স্বৰ্গদেৱ গদাধৰ সিংহই আগত থাকি বধ কৰাই, কলাপটুৱাৰ ভুৰত শালত বহুৱাই ডিঙিত তামোল-হাঁচত দি লুইতত উটাই পঠিয়ালে। ” <ref>(২)"তুংখুংগীয়া বুৰঞ্জী"১৮-১৯ পৃষ্ঠা।</ref> {{gap}}(গ) ১৬০৭ শকৰ ভাদত ভগা-পানীফুকনে গদাধৰসিংহ স্বৰ্গদেৱক ভাঙ্গি চাৰিং-ৰজাক ৰজা পতাৰ উদ্দেশ্যে দ্রোহ আচৰা সম্ভেদ পাই, স্বৰ্গদেৱে ভগা পানীফুকনক ঘৰৰপৰা ধৰাই আনি হাতীশালত বন্দী কৰি থোৱালে । তাৰ পাচত, স্বৰ্গদেৱে, বোলে,'পূর্ব্বেই মোক অনিষ্টক আচৰিলে, তেতিয়াই আক মাৰিব লাগিছিল, নামাৰি ৰাখিলোঁ । এতিয়াও দেখোঁ আশয় সেইএহে।' এই বুলি আহিনৰ তিনদিন যাওঁতে ৰজাহাটত পানীফুকনক গদাধৰসিংহ স্বৰ্গদেৱে আগত থাকি ছেপাই মৰালে ; <ref>(৩) মিল-"তুংখুঙ্গীয়া বুৰঞ্জী,"২২-২৪ পৃষ্ঠা।</ref> {{gap}}(ঘ) '''কোঁৱৰ-পোহা''':- দিলিহিয়াল ভগা-বুঢ়াগোহাঞিয়ে দিচৈয়াল কোঁৱৰক বোজ-বাজ দি পুহিছে বুলি সম্ভেদ্ পাই, বিচাৰ কৰি, সেই লাঙ্গি বুঢ়াগোহাঞিক {{Rule|}}<noinclude></noinclude> o7fuavmvzley5bctoj2xjhj9puzycb3 194559 194558 2024-11-18T17:44:24Z অঞ্জুমণি শইকীয়া 3795 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 194559 proofread-page text/x-wiki <noinclude><pagequality level="3" user="অঞ্জুমণি শইকীয়া" /></noinclude>{{rh|||}}৬৮{{rh|||}}{{center|অসমৰ বুৰঞ্জী}} বৰুৱাৰ পুতেক পানীফুকনৰে মন বিধাৰণ।' স্বৰ্গদেৱৰ অনুজ্ঞা অনুসৰি বৰফুকন আৰু পানীফুকনক গুৱাহাটীৰপৰা ধৰাই গড়গাওঁ নগৰলৈ অনোৱা হ'ল। দুই ফুকনক হোলোঙ্গৰ আগৰ চৰালৈ আনি, তিনিজনা ডাঙ্গৰীয়াই সোধা-পোছা কৰিলে । দুই ফুকনেও ঘাটি ললে বোলে, 'আমাৰ অপৰাধক চাঁই মাৰি কাটি-পেলাবহে লাগে। ৺দেৱৰ সাতামপুৰুষীয়া বন্দী, যেইখান কৰে।' পাচে, স্বৰ্গদেৱে শুনি ভাঙৰৰূপে দায় ধৰিলে। বৰপাত্ৰগোহাঞি, বৰগোহাঞি, বুঢ়াগোহাঞি, বৰবৰুৱা, মৌপিয়া ফুকন, হলৌফুকন, তাঞ্চেং ফুকন এই সকলে স্বৰ্গদেৱৰ চৰণত মাতিলে। ১৬০৪ শকৰ বহাগৰ তিনদিন যাওঁতে স্বৰ্গদেৱে বৰফুকন আৰু পানীফুকন দুইৰো দায় ক্ষমা কৰি ঘৰলৈ খেদিলে। সন্দিকৈ নেওগক বৰফুকন পাতিলে। লালুকীৰ ফৈদীয়া ভেবাক ফুকন পাতিলে । দিহিঙ্গীয়া লাখেং ফুকনৰ পুতেক ভকতিক পানীফুকন পাতিলে ।" <ref>(১)"তুংখুঙ্গীয়া বুৰঞ্জী"১৮-১৯ পৃষ্ঠা।</ref> {{gap}}(খ) “ ১৬০৭ শকৰ আঘোণত সম্ভেদ পোৱা গ'ল, চেংৰাই ফুকন, খামৰাক ফুকন, খেণ্ডৌৰ খামচিন ফুকন আৰু পানীফুকন এই চাৰিয়ে স্বৰ্গদেৱক দ্ৰোহ কৰিবলৈ আলচিছে। দিলিহিয়াল বুঢ়াগোহাঞি; হলৌফুকন, আনো হাজৰিকীয়া দুই-চাৰি যোগ থকা জনা গ'ল। স্বৰ্গদেৱ গদাধৰ সিংহই চাৰিং ৰজা, বৰপাত্ৰগোহাঞি, বৰগোহাঞি, বৰচেটিয়া বৰবৰুৱা, দুৱৰা ফুকন, নাওবৈচা ফুকন এই সকলক লৈ বিদ্ৰোহীক ধৰিবলৈ স্বয়ং ভটিয়াই গ'ল। ডাঙ্গৰীয়া-বিষয়াসকলক ঠায়ে ঠায়ে কোঁঠ পাতি ৰবলৈ দি,চামধৰা গড়ৰ উজনিত লুইতৰ দক্ষিণে বালিত বাহৰ পাতি স্বৰ্গদেৱ নিজে ৰলগৈ। তালৈকে বৰবৰুৱাৰ ভায়েক পানীফুকনকো বুদ্ধি কৰি মতাই আনিলে । খামৰাক ফুকন আৰু চেংৰাই ফুকনক বৰফুকনে ধৰি আনি স্বৰ্গদেৱৰ বালি-বাহৰত ঠেকালেহি । তাৰপৰা কলিয়াবৰলৈ উঠি, দিলিহিয়াল বুঢ়াগোহাঞিক ভাঙ্গি, কুঁৱৈগঞা মৌ গোহাঞিক বুঢ়াগোহাঞি পাতিলে। বৰবৰুৱালৈ চাই, পানীফুকনক নামাৰি ঘৰলৈ খেদিলে । খামৰাক আৰু চেংৰাই এই দুই ফুকনক স্বৰ্গদেৱ গদাধৰ সিংহই আগত থাকি বধ কৰাই, কলাপটুৱাৰ ভুৰত শালত বহুৱাই ডিঙিত তামোল-হাঁচত দি লুইতত উটাই পঠিয়ালে। ” <ref>(২)"তুংখুংগীয়া বুৰঞ্জী"১৮-১৯ পৃষ্ঠা।</ref> {{gap}}(গ) ১৬০৭ শকৰ ভাদত ভগা-পানীফুকনে গদাধৰসিংহ স্বৰ্গদেৱক ভাঙ্গি চাৰিং-ৰজাক ৰজা পতাৰ উদ্দেশ্যে দ্রোহ আচৰা সম্ভেদ পাই, স্বৰ্গদেৱে ভগা পানীফুকনক ঘৰৰপৰা ধৰাই আনি হাতীশালত বন্দী কৰি থোৱালে । তাৰ পাচত, স্বৰ্গদেৱে, বোলে,'পূর্ব্বেই মোক অনিষ্টক আচৰিলে, তেতিয়াই আক মাৰিব লাগিছিল, নামাৰি ৰাখিলোঁ । এতিয়াও দেখোঁ আশয় সেইএহে।' এই বুলি আহিনৰ তিনদিন যাওঁতে ৰজাহাটত পানীফুকনক গদাধৰসিংহ স্বৰ্গদেৱে আগত থাকি ছেপাই মৰালে ; <ref>(৩) মিল-"তুংখুঙ্গীয়া বুৰঞ্জী,"২২-২৪ পৃষ্ঠা।</ref> {{gap}}(ঘ) '''কোঁৱৰ-পোহা''':- দিলিহিয়াল ভগা-বুঢ়াগোহাঞিয়ে দিচৈয়াল কোঁৱৰক বোজ-বাজ দি পুহিছে বুলি সম্ভেদ্ পাই, বিচাৰ কৰি, সেই লাঙ্গি বুঢ়াগোহাঞিক {{Rule|}}<noinclude></noinclude> 23go46353azv80fn0g0fwvlpgkkfp14 পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৫ 104 8201 194560 106401 2024-11-18T17:46:17Z অঞ্জুমণি শইকীয়া 3795 194560 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Joli" /></noinclude>{{rh|||}}'''তুঙ্গীয়া ফৈদৰ ধাৰাবাহিক ৰাজত্ব''' ১৬১২ শকৰ ৰহাগত তেওঁৰ ৰৈ-ৰঙহে সৈতে তেওঁক ঘৰতে মাৰি নিৰ্মূল কৰা হ'ল । (1) মিৰি আক্ৰমণ : – ১৬৮৭ খ্ৰীষ্টাব্দত মিৰিহঁতে ৰাতি শদিয়া আক্ৰমণ কৰি শদিয়াখোৱা গোহাঞি আৰু ৰূপ-সন্দিকৈৰ ঘৰত জুই দিয়ে। সেই অপৰাধত গদাধৰ সিংহ স্বৰ্গদেৱে এদল অসমীয়া সৈন্যৰে সৈতে মৌপিয়া ফুকনক সেনাপত্তিকৈ পঠিয়াই মিৰিচাং আক্ৰমণ কৰায়। মিৰিহঁত ৰণত ঘাটি শৰণাগত হ'ল; আৰু ভৱিতলৈ উৎপাত গুচাৰৰ অভিপ্ৰায়ে, মিৰি চাঙ্গত দুটা কোঠ মৰাই, তাৰপৰা ইৰে-সিমূৰে ব্ৰহ্মপুত্ৰত লগাই দুটা মাটি-গড় বন্ধোৱা হয়। মগা-আক্রমণ : – ১৬৯২ খ্ৰীষ্টাব্দত নগাহঁতে দ্বৈয়ালৰ গাওঁবিলাকত উপদ্ৰৱ কৰেহি। পিচে, মহাৰজা গদাধৰসিংহই সিহঁতক সমুচিত শান্তি দিয়াৰ পাচত, ক্ষতিপূৰণ লৈ, সেইবাৰলৈ ক্ষমা কৰিলে। তাৰ অলপৰ পাচতে, নামচাঙ্গৰ নগাবিলাকেও বিদ্ৰোহ তুলিছিল। কিন্তু; স্বৰ্গদেৱে দিহিঙ্গীয়া ফুকন আৰু চেটিয়া ভগা-বৰফুকনক লোকজন লগত দি পঠিয়াই সিহঁতৰ প্ৰধান প্ৰধান নেতাবিলাকক ধৰাই আনি বধ কৰোৱাত সকলো উৎপাত্ত চেঁচা পৰিল । নগা-নেতাবিলাকে বন্দী-বেটাৰে সৈতে দুটি নাগিনী কুঁৱৰী স্বৰ্গদেৱক দি সেৱা কৰিলেহি । স্বৰ্গদেৱ গদাধৰ সিংহই শাসনকাৰ্য্যত যেনে হুখ্যাতি লাভ কৰিছিল, সেইদৰে তেওঁ ভালেমান সৎকৰ্ম্ম সাধন কৰিও কীৰ্ত্তিচিন্‌ ৰাখিছিল। তেওঁৰ ৰাজত্বৰ কালত গোটেই দৰং ৰাজ্যৰ মাটি পিয়ন কৰোৱা হয়; তাৰপৰাহে অসমত মাটি-পিয়ল কৰাৰ নিয়ম চলে। মহাৰজা গদাধৰসিংহ স্বৰ্গদেৱে সেই সময়তে, খ্রীঃ ১৬৮৫ চনত, বিশ্বনাথৰ দৌল বন্ধায় । তাত ৰাজেও, স্বৰ্গদেৱে ভালেমান আলি, পুখুৰী, দৌল (২) আদি কৰাইছিল, তাৰ ভিতৰত ধোদৰ (৩) আসি, অকাৰ আলি, বৰবৰুৱা আলি, ফুকনৰ আলি, ৰহদৈ আলি, ৰহদৈ দৌল, ভোগদৈ পুখুৰী, ভোগদৈ দৌল, লঙ্কাকত সোণাদৈ পুখুৰী, খৰা গড়, গোটা দৌল, দ্বিজৈৰ শিলৰ সাঁকো, ৰগী দৌল, বগী পুখুৰী, ৰহদৈৰ শিলৰ সাঁকো, উমানন্দ দৌল এইবিলাকেই প্রধান। স্বৰ্গদেৱ গদাধৰ সিংহই ভাঙ্গৰীয়া-বিষয়াসকলৰ অন্যায়-উপদ্ৰৱ গুচাই দেশত শাস্তি বিস্তাৰ কৰে, আৰু তেতিয়াৰপৰা পুনৰপি ৰজাৰ ৰাজ-ক্ষমতা বাঢ়িবলৈ ধৰে। এইদৰে, ১৪ বছৰ ৮ মাহ ১ দিন সুখ্যাতিৰে ৰাজত্ব কৰি, খ্রীঃ ১৬১৫ চনত (১) মিল, – “তুংখুঙ্গীয়া ৰুৰঞ্জী”, ২২, ২৪ পৃষ্ঠা। (২) ১৬০৬ শত তিংখাঙ্গত পুখুৰী খনাই, আউনীআটীয়া, বেঙ্গেনাজাটায়, কাটনীপৰীয়া মহাজন- সকলক জনাই যজ্ঞ কৰাই নাগ পুণ্ডিলে ৷ উছগি নাম থলে 'বহুদৈ'। ১৬১৩ শত মাইৱেলাত পৌল ৰন্ধাই পুখুৰী খৰাই উছৰ্গি নাম থ'লে 'ভোগদৈ । তাৰ পাচত লংকাকত পুখুৰী খনাই উছগি নাম থলে 'সোগাদৈ' —'শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ তুংখুঙ্গীয়া বুৰঞ্জী —১৮ আৰু ২৫ পৃষ্ঠা। (৩) খোদ বুলিলে বহি খাবলৈ পার। সেই চলতে যেয়ে-সেৱে যোগ হৈ যোগৰ চাজে মধৰা কৰিছিল । পিচে, ঘোৰ পৰীক্ষার্থে যোগ-ঘৰত জুই লগাই দিয়া হয়। ধাকিয়াল ঘোড়বোৰে ওলাই লৰ মাৰিলে ; কিন্তু পাচল বোদটো সিমানতো বলবিল, তাৰ আঁহী লগাই হে উলিওৱা হয় । তাৰ পাচত, ফাকিয়াল যো- বিলাকক ৰাজ আলি ৰন্ধাৰলৈ লগোৱা হয়। তাৰ ফলেই "বোৰৰ আলি"। ान गान - ान জত দ্বিতীয় না।<noinclude></noinclude> d7sk8x27kljbktc3p0h50ceoajpmdei 194561 194560 2024-11-18T17:56:26Z অঞ্জুমণি শইকীয়া 3795 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194561 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Joli" /></noinclude>{{center|'''তুঙ্গীয়া ফৈদৰ ধাৰাবাহিক ৰাজত্ব'''}} ১৬১২ শকৰ বহাগত তেওঁৰ বৈ-বঙহে সৈতে তেওঁক ঘৰতে মাৰি নিৰ্ম্মূল কৰা হ'ল। <ref>(১) মিল,-"তুংখুঙ্গীয়া বুৰঞ্জী", ২২,২৪ পৃষ্ঠা।</ref> {{gap}}'''মিৰি আক্ৰমণ''' : – ১৬৮৭ খ্ৰীষ্টাব্দত মিৰিহঁতে ৰাতি শদিয়া আক্ৰমণ কৰি শদিয়াখোৱা গোহাঞি আৰু ৰূপ-সন্দিকৈৰ ঘৰত জুই দিয়ে। সেই অপৰাধত গদাধৰ সিংহ স্বৰ্গদেৱে এদল অসমীয়া সৈন্যৰে সৈতে মৌপিয়া ফুকনক সেনাপতিকৈ পঠিয়াই মিৰিচাং আক্ৰমণ কৰায়। মিৰিহঁত ৰণত ঘাটি শৰণাগত হ'ল; আৰু ভৱিতলৈ উৎপাত গুচাৰৰ অভিপ্ৰায়ে, মিৰি চাঙ্গত দুটা কোঠ মৰাই, তাৰপৰা ইৰে-সিমূৰে ব্ৰহ্মপুত্ৰত লগাই দুটা মাটি-গড় বন্ধোৱা হয়। মগা-আক্ৰমণ : – ১৬৯২ খ্ৰীষ্টাব্দত নগাহঁতে দ্বৈয়ালৰ গাওঁবিলাকত উপদ্ৰৱ কৰেহি। পিচে, মহাৰজা গদাধৰসিংহই সিহঁতক সমুচিত শান্তি দিয়াৰ পাচত, ক্ষতিপূৰণ লৈ, সেইবাৰলৈ ক্ষমা কৰিলে। তাৰ অলপৰ পাচতে, নামচাঙ্গৰ নগাবিলাকেও বিদ্ৰোহ তুলিছিল। কিন্তু; স্বৰ্গদেৱে দিহিঙ্গীয়া ফুকন আৰু চেটিয়া ভগা-বৰফুকনক লোকজন লগত দি পঠিয়াই সিহঁতৰ প্ৰধান প্ৰধান নেতাবিলাকক ধৰাই আনি বধ কৰোৱাত সকলো উৎপাত্ত চেঁচা পৰিল। নগা-নেতাবিলাকে বন্দী-বেটাৰে সৈতে দুটি নাগিনী কুঁৱৰী স্বৰ্গদেৱক দি সেৱা কৰিলেহি। স্বৰ্গদেৱ গদাধৰ সিংহই শাসনকাৰ্য্যত যেনে হুখ্যাতি লাভ কৰিছিল, সেইদৰে তেওঁ ভালেমান সৎকৰ্ম্ম সাধন কৰিও কীৰ্ত্তিচিন্‌ ৰাখিছিল। তেওঁৰ ৰাজত্বৰ কালত গোটেই দৰং ৰাজ্যৰ মাটি পিয়ন কৰোৱা হয়; তাৰপৰাহে অসমত মাটি-পিয়ল কৰাৰ নিয়ম চলে। মহাৰজা গদাধৰসিংহ স্বৰ্গদেৱে সেই সময়তে, খ্ৰীঃ ১৬৮৫ চনত, বিশ্বনাথৰ দৌল বন্ধায়। তাত ৰাজেও, স্বৰ্গদেৱে ভালেমান আলি, পুখুৰী, দৌল (২) আদি কৰাইছিল, তাৰ ভিতৰত ধোদৰ (৩) আসি, অকাৰ আলি, বৰবৰুৱা আলি, ফুকনৰ আলি, ৰহদৈ আলি, ৰহদৈ দৌল, ভোগদৈ পুখুৰী, ভোগদৈ দৌল, লঙ্কাকত সোণাদৈ পুখুৰী, খৰা গড়, গোটা দৌল, দ্বিজৈৰ শিলৰ সাঁকো, ৰগী দৌল, বগী পুখুৰী, ৰহদৈৰ শিলৰ সাঁকো, উমানন্দ দৌল এইবিলাকেই প্ৰধান। স্বৰ্গদেৱ গদাধৰ সিংহই ভাঙ্গৰীয়া-বিষয়াসকলৰ অন্যায়-উপদ্ৰৱ গুচাই দেশত শাস্তি বিস্তাৰ কৰে, আৰু তেতিয়াৰপৰা পুনৰপি ৰজাৰ ৰাজ-ক্ষমতা বাঢ়িবলৈ ধৰে। এইদৰে, ১৪ বছৰ ৮ মাহ ১ দিন সুখ্যাতিৰে ৰাজত্ব কৰি, খ্ৰীঃ ১৬১৫ চনত (১) মিল, – “তুংখুঙ্গীয়া ৰুৰঞ্জী”, ২২, ২৪ পৃষ্ঠা। (২) ১৬০৬ শত তিংখাঙ্গত পুখুৰী খনাই, আউনীআটীয়া, বেঙ্গেনাজাটায়, কাটনীপৰীয়া মহাজন- সকলক জনাই যজ্ঞ কৰাই নাগ পুণ্ডিলে। উছগি নাম থলে 'বহুদৈ'। ১৬১৩ শত মাইৱেলাত পৌল ৰন্ধাই পুখুৰী খৰাই উছৰ্গি নাম থ'লে 'ভোগদৈ। তাৰ পাচত লংকাকত পুখুৰী খনাই উছগি নাম থলে 'সোগাদৈ' —'শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ তুংখুঙ্গীয়া বুৰঞ্জী —১৮ আৰু ২৫ পৃষ্ঠা। (৩) খোদ বুলিলে বহি খাবলৈ পাৰ। সেই চলতে যেয়ে-সেৱে যোগ হৈ যোগৰ চাজে মধৰা কৰিছিল। পিচে, ঘোৰ পৰীক্ষাৰ্থে যোগ-ঘৰত জুই লগাই দিয়া হয়। ধাকিয়াল ঘোড়বোৰে ওলাই লৰ মাৰিলে; কিন্তু পাচল বোদটো সিমানতো বলবিল, তাৰ আঁহী লগাই হে উলিওৱা হয়। তাৰ পাচত, ফাকিয়াল যো- বিলাকক ৰাজ আলি ৰন্ধাৰলৈ লগোৱা হয়। তাৰ ফলেই "বোৰৰ আলি"। ान गान - ान জত দ্বিতীয় না।<noinclude></noinclude> k16bgbjj9j8akei27evk7a7714c7gf2 পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৮ 104 69798 194562 189107 2024-11-19T05:32:31Z Himashree Borah 3591 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 194562 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Himashree Borah" />{{rh|কুৰুক্ষেত্ৰ||২১}}</noinclude>{{Block center|<poem>কৃষ্ণৰ চৰণে সৱে লৈয়া অনুমতি। নামিয়া জলত সৱে যাদৱ সন্ততি॥ ৰামৰ হ্ৰদত ৰঙ্গে কৰিলন্ত স্নান। দেৱতা পিতৃৰ সন্তৰ্পিয়া দিলা দান॥৩০॥ বিশিষ্ট বিপ্ৰক আনি কৰিলা সৎকাৰ। শ্ৰাদ্ধায়ে পিন্ধাইলা গন্ধ বস্ত্ৰ অলঙ্কাৰ॥ দিলা দাস দাসী দোলা হয় হস্তী ৰথ। ভৈলন্ত সন্তোষ পৰিপূৰ্ণ মনোৰথ॥৩১॥ সুৱৰ্ণৰ শৃঙ্গ ৰজতৰ খুৰা চাৰি। গলে হেমমাল্য দিব্য বসনে আৱৰি॥ কৰিলন্ত দান হেম ধেনু অসংখ্যাত। মিলোক ভকতি বুলি কৃষ্ণ দেৱতাত॥৩২॥ পুনৰপি সবংশে কৰিলা মোক্ষ-স্নান। মহন্ত বিপ্ৰক পুনু কৰিয়া সন্মান॥ কৃষ্ণৰ চৰণে হৌক ভকতি আহ্মাৰ। এহি বুলি দিলন্ত সুৱৰ্ণ একো ভাৰ॥৩৩॥ পাচে কৃষ্ণদেৱ যদুবংশৰ লগতে। কাৰিলা আপুনি স্নান দান বিধিৱতে॥ অনুমতি পায়া সৱে কৃষ্ণৰ চৰণে। কৰিলা ভোজন ভাগ্যৱন্ত যদুগণে॥৩৪॥ মহা হৰিষিত চিত্ত উঠি সমদলে। ছায়া অনুসৰি বসিলন্ত তৰুতলে। আসি আছে পৃথিৱীৰ যত ৰাজাগণ। চিৰকাল অন্যোঅন্যে ভৈল দৰশন॥৩৫॥ যাদৱ বংশক দেখি আনন্দ হৃদয়। বিদৰ্ভ কৈকেয় কুৰু কাম্বোজ সৃঞ্জয়॥ বিৰাট দ্ৰুপদ মদ্ৰ কৌৰৱ পাণ্ডৱ। পৰম সুহৃদ কোহো সম্বন্ধী বান্ধৱ॥৩৬॥ ভৈলা দেখাদেখি সৱে আসি কুৰুক্ষেত্ৰ। হৰিষে প্ৰফুল্ল মুখ পদ্ম সম নেত্ৰ॥ সাৱটন্ত অন্যোঅন্যে মিলে প্ৰেমভাৱ। ঝাৰে নয়নৰ নীৰ ৰোমাঞ্চিত গাৱ॥৩৭॥</poem>}}<noinclude></noinclude> lmw2shvgapif7acaa8nxbp8if8ux5b2 বাৰ্তা:ৰামায়ণ বৃত্তান্ত 1 71403 194564 194534 2024-11-19T08:48:55Z A09 3352 -duplicated comment 194564 wikitext text/x-wiki ৰামায়ণৰ এক বিশ্লেষনাত্মক অধ্যায়ন আলোচনা কৰা । [[বিশেষ:বৰঙনিসমূহ/171.48.88.194|171.48.88.194]] ১৯:৩৭, ১৫ নৱেম্বৰ ২০২৪ (IST) 7iaffweqe3bteucx5kygunoif1qdiqf সদস্য বাৰ্তা:A09 3 71405 194563 2024-11-19T08:14:53Z A09 3352 w 194563 wikitext text/x-wiki <div style="border: 1rem #004d99 ridge; padding: 0.5em;">Hello! Please message me on [[m:User talk:A09|meta.wikimedia.org]]. I may not notice messages on this page.</div> a3ppltutmfus4nkwrgnv4wcb0mcss3e